দুখৰ অনুভুতি
मैं ऐसे आदमी के साथ हूं,
जो मुझे न समझने का नाटक करता है,
वे मेरी उपेक्षा करते हैं।
और यह मेरी गलती थी,
मैं उस उपेक्षा का हूँ जो उसने की है,
प्यार देने के बजाय
मैं कोशिश कर रहा हूँ।
এনেকোৱা এজন মানুহৰ লগত আছোঁ ,
যিজনে মোক বুজি ও নুবুজা ভাও ধৰে ,
মোক অবহেলা কৰে ।
আৰু মোৰ ভুল এইটোৱেই আছিল ,
মই তেওঁ কৰা অৱহেলাৰ ,
পৰিবৰ্তে ভাল পোৱা দিবলৈ
চেষ্টা কৰি আছো ।।
They ignore me.
And this was my mistake,
I am of the neglect he has done ,
Instead of giving love
I'm trying to.


Comments
Post a Comment